അർത്ഥം : পানী উলিওৱা বা ওলোৱা কার্য
ഉദാഹരണം :
নলাবোৰত জাবৰ-জোথৰ পৰি থকাৰ কাৰণে জল-নিষ্কাশনত অসুবিধা হৈ আছে
അർത്ഥം : পানীৰ নিষ্কাশন
ഉദാഹരണം :
জল-নিষ্কাশনৰ উচিত ব্যৱস্থা নথকাৰ কাৰণে লেতেৰা পানী পথৰ মাজলৈ বৈ আহিছে