അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
ഉദാഹരണം : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
പര്യായപദങ്ങൾ : টুকুৰী, পাচি, হোৰা
അർത്ഥം : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
ഉദാഹരണം : এই বাকচটো কাপোৰেৰে ভৰি আছে
പര്യായപദങ്ങൾ : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
അർത്ഥം : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
ഉദാഹരണം : তেওঁ ্ভালদৰে কাপোৰ জাপে
പര്യായപദങ്ങൾ : সামৰা
അർത്ഥം : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
ഉദാഹരണം : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
പര്യായപദങ്ങൾ : ভাঁজ কৰা
ഇൻസ്റ്റാൾ ചെയ്യുക