അർത്ഥം : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
ഉദാഹരണം :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
പര്യായപദങ്ങൾ : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মস্থান, মাতৃভূমি
അർത്ഥം : যি স্থানত কাৰোবাৰ জন্ম হয়
ഉദാഹരണം :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
പര്യായപദങ്ങൾ : জন্মস্থান