പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জনা   বিশেষ্য

അർത്ഥം : জনাৰ কার্য

ഉദാഹരണം : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন

പര്യായപദങ്ങൾ : বুজা, বোধগম্যতা

জনা   ক্ৰিয়া

അർത്ഥം : অভিজ্ঞ বা পৰিচিত হোৱা

ഉദാഹരണം : সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে

പര്യായപദങ്ങൾ : জ্ঞাত হোৱা, জ্ঞান হোৱা

അർത്ഥം : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা

ഉദാഹരണം : মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ

പര്യായപദങ്ങൾ : চিনি পোৱা

അർത്ഥം : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা

ഉദാഹരണം : মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ

പര്യായപദങ്ങൾ : চিনি পোৱা

അർത്ഥം : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা

ഉദാഹരണം : মই বোৱা-কটা জানো

അർത്ഥം : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা

ഉദാഹരണം : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ

പര്യായപദങ്ങൾ : বুজি পোৱা

അർത്ഥം : কিহবাৰ স্বভাৱ বা গুণ আদি জনা

ഉദാഹരണം : মই তেওঁক বুজিব পৰা নাই

പര്യായപദങ്ങൾ : বুজা, বুজি পোৱা