അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
ഉദാഹരണം : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
പര്യായപദങ്ങൾ : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
അർത്ഥം : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
ഉദാഹരണം : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
പര്യായപദങ്ങൾ : জনপ্রবাদ, লোক-কথা, লোকোক্তি
അർത്ഥം : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
ഉദാഹരണം : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
പര്യായപദങ്ങൾ : জন-শ্রুতি, লোক-কথা, লোককথা
അർത്ഥം : যিটো কাণ বাগৰি আহিছে
ഉദാഹരണം : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
പര്യായപദങ്ങൾ : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
ഇൻസ്റ്റാൾ ചെയ്യുക