പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জনপ্রবাদ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জনপ্রবাদ   বিশেষ্য

അർത്ഥം : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

ഉദാഹരണം : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

പര്യായപദങ്ങൾ : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

അർത്ഥം : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

ഉദാഹരണം : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

പര്യായപദങ്ങൾ : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

അർത്ഥം : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

ഉദാഹരണം : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

പര്യായപദങ്ങൾ : জনশ্রুতি, লোক-কথা, লোকোক্তি