അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মানুহৰ সমষ্টি বা সমূহ
ഉദാഹരണം : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
പര്യായപദങ്ങൾ : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
അർത്ഥം : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ഉദാഹരണം : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
പര്യായപദങ്ങൾ : জনমানস, ৰাইজ
അർത്ഥം : এজনতকৈ অধিক ব্যক্তি
ഉദാഹരണം : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
പര്യായപദങ്ങൾ : জনগণ, জনমানস, লোক
അർത്ഥം : পৃথিৱীত থকা লোক
ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
പര്യായപദങ്ങൾ : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
അർത്ഥം : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : জনগন, জনসাধাৰণ, প্রজা
ഇൻസ്റ്റാൾ ചെയ്യുക