പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জনতা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জনতা   বিশেষ্য

അർത്ഥം : মানুহৰ সমষ্টি বা সমূহ

ഉദാഹരണം : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

പര്യായപദങ്ങൾ : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ

അർത്ഥം : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

ഉദാഹരണം : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

പര്യായപദങ്ങൾ : জনমানস, ৰাইজ

അർത്ഥം : এজনতকৈ অধিক ব্যক্তি

ഉദാഹരണം : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

പര്യായപദങ്ങൾ : জনগণ, জনমানস, লোক

അർത്ഥം : পৃথিৱীত থকা লোক

ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

പര്യായപദങ്ങൾ : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

അർത്ഥം : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : জনগন, জনসাধাৰণ, প্রজা