അർത്ഥം : হুচ অনা বা চেতন সম্পন্ন কৰা
ഉദാഹരണം :
হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
അർത്ഥം : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
ഉദാഹരണം :
মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
അർത്ഥം : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
ഉദാഹരണം :
মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
പര്യായപദങ്ങൾ : উঠোৱা