അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দেখাত বিশাল আৰু সুন্দৰ
ഉദാഹരണം : তাজমহল এটা জকমকীয়া প্রাসাদ
പര്യായപദങ്ങൾ : বৃহৎ
അർത്ഥം : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উজ্জ্বল, চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
അർത്ഥം : যাৰ ৰং অতি তীব্র
ഉദാഹരണം : বহুৱাটোৱে জকমকীয়া কাপোৰ পিন্ধি আছিল
പര്യായപദങ്ങൾ : চকচকীয়া
ഇൻസ്റ്റാൾ ചെയ്യുക