അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যʼত জংঘল আছে
ഉദാഹരണം : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে
അർത്ഥം : জংঘল সম্বন্ধীয় বা জংঘলৰ
ഉദാഹരണം : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
പര്യായപദങ്ങൾ : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া
അർത്ഥം : হাবি বা অৰণ্যত থকা
ഉദാഹരണം : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
പര്യായപദങ്ങൾ : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া
അർത്ഥം : নিজে নিজে হোৱা বা গজা
ഉദാഹരണം : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
പര്യായപദങ്ങൾ : জঙ্ঘলী, বনৰীয়া
അർത്ഥം : বনত হোৱা বা পোৱা
ഉദാഹരണം : এইজোপা বনজ উদ্ভিদ
പര്യായപദങ്ങൾ : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া
ഇൻസ്റ്റാൾ ചെയ്യുക