അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ഉദാഹരണം :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
പര്യായപദങ്ങൾ : টুকুৰা কৰা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
അർത്ഥം : ৰস, ছাল আদি চিঙিবৰ কাৰণে শৰীৰ, গা-গছ ইত্যাদিৰ ওপৰত কোনো হাথিয়াৰেৰে আঘাত কৰি তাৰ ওপৰ ভাগ কটা কাৰ্য
ഉദാഹരണം :
মহেশে নিমৰ ছাল ছিঙিছে
അർത്ഥം : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
ഉദാഹരണം :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
പര്യായപദങ്ങൾ : এৰাই যোৱা, ছিন্ন হোৱা