അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ফল, বীজ আদিৰ আৱৰণ
ഉദാഹരണം : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
പര്യായപദങ്ങൾ : ত্বক, বল্কল, বাকল, বাকলি
അർത്ഥം : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
ഉദാഹരണം : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
പര്യായപദങ്ങൾ : চর্ম, ত্বক ্ চাম
അർത്ഥം : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ഉദാഹരണം : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
അർത്ഥം : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
ഉദാഹരണം : তেওঁ ্ চামৰাৰ কাম কৰে
പര്യായപദങ്ങൾ : চর্ম, চামৰা, ্ লেডাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക