അർത്ഥം : যি ছোৱালী বা মহিলাক কোনোবাই পঢ়াইছে বা শিকাইছে
ഉദാഹരണം :
সীতা এগৰাকী প্রথিতযশা সংগীতকাৰৰ শিষ্যা
പര്യായപദങ്ങൾ : বিদ্যার্থিনী, শিক্ষার্থিনী, শিষ্যা
അർത്ഥം : বিদ্যা অর্জন কৰোঁতা ছোৱালী
ഉദാഹരണം :
এই বিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে দশম শ্রেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্রথম স্থান লাভ কৰিছে
പര്യായപദങ്ങൾ : বিদ্যার্থীনী