പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ছবি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ছবি   বিশেষ্য

അർത്ഥം : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ

ഉദാഹരണം : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে

പര്യായപദങ്ങൾ : চিত্র, পেইণ্টিং

അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি

ഉദാഹരണം : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে

പര്യായപദങ്ങൾ : চিত্র, ফটো

അർത്ഥം : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই

ഉദാഹരണം : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল

പര്യായപദങ്ങൾ : দৃশ্য, পট

അർത്ഥം : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়

ഉദാഹരണം : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়

പര്യായപദങ്ങൾ : চিত্র