പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ছত্র എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ছত্র   বিশেষ্য

അർത്ഥം : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি

ഉദാഹരണം : প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল

അർത്ഥം : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি

ഉദാഹരണം : এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে

അർത്ഥം : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন

ഉദാഹരണം : বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়

പര്യായപദങ്ങൾ : ছাতি