പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চৰোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চৰোৱা   ক্ৰিয়া

അർത്ഥം : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

ഉദാഹരണം : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

അർത്ഥം : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

ഉദാഹരണം : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

പര്യായപദങ്ങൾ : চৰা

അർത്ഥം : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

ഉദാഹരണം : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

പര്യായപദങ്ങൾ : টনা

അർത്ഥം : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

ഉദാഹരണം : ঢোলবাদকে ঢোল চৰাইছে

അർത്ഥം : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

ഉദാഹരണം : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

പര്യായപദങ്ങൾ : অভিলেপ কৰা, লগোৱা