അർത്ഥം : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
ഉദാഹരണം :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
പര്യായപദങ്ങൾ : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
അർത്ഥം : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
ഉദാഹരണം :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
പര്യായപദങ്ങൾ : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী