അർത്ഥം : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ഉദാഹരണം :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
പര്യായപദങ്ങൾ : পাত্র
അർത്ഥം : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
ഉദാഹരണം :
চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
അർത്ഥം : নাৰীৰ আব-হাৱা
ഉദാഹരണം :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
പര്യായപദങ്ങൾ : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন
അർത്ഥം : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ഉദാഹരണം :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
പര്യായപദങ്ങൾ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র