പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চৰম എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চৰম   বিশেষ্য

അർത്ഥം : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

ഉദാഹരണം : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

പര്യായപദങ്ങൾ : লাজ, সংকোচ

চৰম   বিশেষণ

അർത്ഥം : সকলোতকৈ আগত বা ওপৰৰ

ഉദാഹരണം : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে

പര്യായപദങ്ങൾ : চূড়ান্ত, শী্র্ষ

അർത്ഥം : শেষ সীমা পোৱা

ഉദാഹരണം : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

പര്യായപദങ്ങൾ : অন্তিম, শেষ

അർത്ഥം : যি সকলোৰে পিছত হয়

ഉദാഹരണം : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

പര്യായപദങ്ങൾ : অন্ত, অন্তিম, অন্ত্য, শেষ

അർത്ഥം : যাৰ আগত বা অধিক আন কোনো নাই

ഉദാഹരണം : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে

പര്യായപദങ്ങൾ : চূড়ান্ত, পৰম