അർത്ഥം : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
ഉദാഹരണം :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
പര്യായപദങ്ങൾ : চৰচৰ কৰি ভঙা
അർത്ഥം : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
ഉദാഹരണം :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
പര്യായപദങ്ങൾ : চৰ-চৰোৱা
അർത്ഥം : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
ഉദാഹരണം :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে