അർത്ഥം : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
ഉദാഹരണം :
ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
പര്യായപദങ്ങൾ : তদাৰক-তদবিৰ, দেখা-শুনা
അർത്ഥം : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ഉദാഹരണം :
এই কামটোৰ তদাৰক ৰামে কৰিছে
പര്യായപദങ്ങൾ : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ