പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চেপা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চেপা   ক্ৰিয়া

അർത്ഥം : গধুৰ বস্তুৰ তলত অহা

ഉദാഹരണം : শিলে লʼৰাটোৰ হাতখন চেপিলে

അർത്ഥം : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

ഉദാഹരണം : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

അർത്ഥം : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

ഉദാഹരണം : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

പര്യായപദങ്ങൾ : চেপি ধৰা

അർത്ഥം : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

ഉദാഹരണം : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

അർത്ഥം : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

ഉദാഹരണം : তেওঁ ্ চাদৰখন চেপিছে

പര്യായപദങ്ങൾ : আটি দিয়া

চেপা   বিশেষণ

അർത്ഥം : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

ഉദാഹരണം : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

അർത്ഥം : দীঘ আৰু প্রস্থত কম

ഉദാഹരണം : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

പര്യായപദങ്ങൾ : ঠেক, সৰু