പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চেক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চেক   বিশেষ্য

അർത്ഥം : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

ഉദാഹരണം : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

അർത്ഥം : মধ্য ইউৰোপৰ এখন দেশ

ഉദാഹരണം : চেকৰ ৰাজধানী প্রাগ

പര്യായപദങ്ങൾ : চেক গণৰাজ্য

അർത്ഥം : চেক দেশৰ অধিবাসী

ഉദാഹരണം : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

പര്യായപദങ്ങൾ : চেকবাসী

അർത്ഥം : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : চেকা, দাগ, দাগী, ধাব্বা, নিচান

അർത്ഥം : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

ഉദാഹരണം : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

പര്യായപദങ്ങൾ : ধনাদেশ

അർത്ഥം : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

ഉദാഹരണം : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

പര്യായപദങ്ങൾ : কিস্তিমাত

അർത്ഥം : চেকবাসীয়ে কোৱা ভাষা

ഉദാഹരണം : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

പര്യായപദങ്ങൾ : চেকভাষা

চেক   বিশেষণ

അർത്ഥം : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

ഉദാഹരണം : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

പര്യായപദങ്ങൾ : চেকভাষা

അർത്ഥം : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

ഉദാഹരണം : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল