അർത്ഥം : চুডানৰ নিবাসী
ഉദാഹരണം :
চুডানীজ সকলেও লক্ষ্মীৰ ধন উৎপন্ন কৰোতা দেৱী বুলি মানে
പര്യായപദങ്ങൾ : চুডান বাসী, চুডান-বাসী, চুডানবাসী
അർത്ഥം : চুডানৰ সৈতে সম্পর্কীত বা চুডানৰ
ഉദാഹരണം :
চুডানীজ জনজাতিবোৰত ইয়াৰ প্রচলন আছে
പര്യായപദങ്ങൾ : চুডান-সম্বন্ধী