അർത്ഥം : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
ഉദാഹരണം :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
പര്യായപദങ്ങൾ : চুঙি, জুই ফুকা চুঙা
അർത്ഥം : নলৰ আকাৰৰ কোনো বস্তু
ഉദാഹരണം :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
പര്യായപദങ്ങൾ : নলিচা