അർത്ഥം : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ
ഉദാഹരണം :
চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল
പര്യായപദങ്ങൾ : খটখটি
അർത്ഥം : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে
ഉദാഹരണം :
তেওঁ চিৰিতনৰ চাল খেলিছে
പര്യായപദങ്ങൾ : চিৰিতন
അർത്ഥം : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা
ഉദാഹരണം :
পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়
പര്യായപദങ്ങൾ : খট-খটি