അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ഉദാഹരണം :
লতাই কুর্তাটোত বুটাম লগাই আছে
പര്യായപദങ്ങൾ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
അർത്ഥം : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
ഉദാഹരണം :
নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
അർത്ഥം : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
ഉദാഹരണം :
দর্জীয়ে কাপোৰ চিলাই কৰে