അർത്ഥം : ৰোগ নিৰাময় কৰা প্রক্রিয়া
ഉദാഹരണം :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
പര്യായപദങ്ങൾ : প্রতিকাৰ
അർത്ഥം : চিকিৎসকৰ কাম বা পেছা
ഉദാഹരണം :
তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
പര്യായപദങ്ങൾ : ডাক্তৰী
അർത്ഥം : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
ഉദാഹരണം :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
പര്യായപദങ്ങൾ : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য