അർത്ഥം : পোহৰ বিকিৰণ হোৱা
ഉദാഹരണം :
হীৰা খটুৱা অলংকাৰ চিকমিকাই আছে
പര്യായപദങ്ങൾ : চকমকাই থকা, জলমলাই থকা, পোহৰ কৰা
അർത്ഥം : কান্তি বা আভাৰে যুক্ত হৈ থকা
ഉദാഹരണം :
তেওঁৰ চেহেৰা তেজেৰে চিকমিকাই আছে
പര്യായപദങ്ങൾ : জকমকাই থকা