അർത്ഥം : চিংগাপুৰৰ অধিবাসী
ഉദാഹരണം :
আচিফে এতিয়া এজন চিংগাপুৰীয়াৰ সৈতে ব্যাপাৰ কৰিবলৈ লৈছে
പര്യായപദങ്ങൾ : চিংগাপুৰ বাসী, চিংগাপুৰবাসী
അർത്ഥം : চিংগাপুৰৰ সৈতে সম্পর্কিত
ഉദാഹരണം :
এইখন চিংগাপুৰীয়া ৰেছম কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে