അർത്ഥം : যি বহুত ্দুর্বল আৰু ক্ষীণ
ഉദാഹരണം :
তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে
പര്യായപദങ്ങൾ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা