അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ഉദാഹരണം : এইখন বিয়াৰ ৰভা
പര്യായപദങ്ങൾ : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
അർത്ഥം : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
ഉദാഹരണം : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : চাল
അർത്ഥം : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
ഉദാഹരണം : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
പര്യായപദങ്ങൾ : সৰ
ഇൻസ്റ്റാൾ ചെയ്യുക