അർത്ഥം : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
ഉദാഹരണം :
তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
പര്യായപദങ്ങൾ : কৌশল
അർത്ഥം : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
ഉദാഹരണം :
বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : চালি
അർത്ഥം : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
ഉദാഹരണം :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
പര്യായപദങ്ങൾ : বাজি