അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ഉദാഹരണം : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
പര്യായപദങ്ങൾ : চিন, চিহ্ন, নিচান
അർത്ഥം : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ഉദാഹരണം : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
പര്യായപദങ്ങൾ : শক্তি
അർത്ഥം : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ഉദാഹരണം : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
ഇൻസ്റ്റാൾ ചെയ്യുക