അർത്ഥം : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
ഉദാഹരണം :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
പര്യായപദങ്ങൾ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
അർത്ഥം : কোনো কাম আদিৰ দায়িত্ব লোৱা
ഉദാഹരണം :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
അർത്ഥം : ৰোধ কৰি বশত অনা
ഉദാഹരണം :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
അർത്ഥം : কোনো মনোবেগক বাধা দিয়া
ഉദാഹരണം :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
അർത്ഥം : কোনো বস্তু ভালে আছে নে নাই চোৱা
ഉദാഹരണം :
নিজৰ কাপোৰ চম্ভালা