അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ഉദാഹരണം : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
പര്യായപദങ്ങൾ : অধৈর্য, অস্থিৰ
അർത്ഥം : যি শান্ত নহয়
ഉദാഹരണം : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
പര്യായപദങ്ങൾ : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
ഇൻസ്റ്റാൾ ചെയ്യുക