അർത്ഥം : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
ഉദാഹരണം :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
പര്യായപദങ്ങൾ : লাটুম
അർത്ഥം : জুৱা খেলৰ এবিধ গোলাকাৰ খেল উপকৰণ যʼত বেলেগ বেলেগ ভাগ বনোৱা থাকে আৰু ই নিজৰ অক্ষৰ ওপৰত গোল গোলকৈ ঘূৰে
ഉദാഹരണം :
জুৱাৰীয়ে চকৰিত বনোৱা ভাগবোৰৰ ওপৰত বাজী লগায়
അർത്ഥം : বহিবৰ বাবে স্থান যুক্ত গোলাকাৰ গোল গোলকৈ ঘূৰা এবিধ মনোৰঞ্জনৰ আহিলা
ഉദാഹരണം :
আমি মেলাত চকৰিতো উঠিলো