അർത്ഥം : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
ഉദാഹരണം :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
പര്യായപദങ്ങൾ : পহৰা চকী
അർത്ഥം : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
ഉദാഹരണം :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
പര്യായപദങ്ങൾ : ডাক-চকী
അർത്ഥം : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
ഉദാഹരണം :
আমি চকীত দুশটকা দিবলগীয়া হʼল
പര്യായപദങ്ങൾ : উপশুল্ক সংগ্রহ চকী
അർത്ഥം : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
ഉദാഹരണം :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
പര്യായപദങ്ങൾ : মাচিয়া