അർത്ഥം : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ഉദാഹരണം :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
പര്യായപദങ്ങൾ : চাক
അർത്ഥം : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
ഉദാഹരണം :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
പര്യായപദങ്ങൾ : চক্র