പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চʼৰাঘৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চʼৰাঘৰ   বিশেষ্য

അർത്ഥം : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

ഉദാഹരണം : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

പര്യായപദങ്ങൾ : চʼৰা, চʼৰা ঘৰ, ড্রইং ৰুম, বহা কোঠা, বৈঠকখানা

അർത്ഥം : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা

ഉദാഹരണം : কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে

പര്യായപദങ്ങൾ : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম

അർത്ഥം : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

ഉദാഹരണം : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

പര്യായപദങ്ങൾ : অতিথি-কোঠা, বৈঠকখানা