അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ഉദാഹരണം : এই ঘৰটোত পাঁচটা কোঠা আছে
പര്യായപദങ്ങൾ : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-বাৰী, নিলয়, হাউলি
അർത്ഥം : নিজৰ সকলো সম্পত্তি
ഉദാഹരണം : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
പര്യായപദങ്ങൾ : ঘৰ-বাৰী
അർത്ഥം : ঘৰৰ কাম-বন
ഉദാഹരണം : তেওঁৰ মন গৃহস্থীত নাই
പര്യായപദങ്ങൾ : গৃহস্থী, ঘৰদুৱাৰ, ঘৰবাৰী
ഇൻസ്റ്റാൾ ചെയ്യുക