പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঘৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঘৰ   বিশেষ্য

അർത്ഥം : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত

ഉദാഹരണം : এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা

അർത്ഥം : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই

ഉദാഹരണം : এই ঘৰটোত পাঁচটা কোঠা আছে

പര്യായപദങ്ങൾ : আবাসস্থান, আলয়, গৃহ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি

അർത്ഥം : ৰেখা আদিৰে ঘেৰি থকা স্থান

ഉദാഹരണം : তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে

അർത്ഥം : নিজৰ দেশ

ഉദാഹരണം : আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল

പര്യായപദങ്ങൾ : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র

അർത്ഥം : একেখন ঘৰৰে মানুহ

ഉദാഹരണം : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

പര്യായപദങ്ങൾ : আত্মীয়, পৰিজন, পৰিবাৰ, পৰিয়াল

അർത്ഥം : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ

ഉദാഹരണം : তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে