അർത്ഥം : উচ্চ স্বৰত দিয়া কোনো ঘোষণা
ഉദാഹരണം :
নিজৰ দাবী পূৰণ নোহোৱাৰ কাৰণে শ্রমিক সকলে হৰতাল ঘোষণা কৰিলে
അർത്ഥം : ৰাজহুৱা ৰূপত ওলোৱা ৰাজ আজ্ঞা, বিজ্ঞপ্তি বা কোৱা কোনো কথা
ഉദാഹരണം :
চৰকাৰে দশম মান শ্রেণীলৈকে শিক্ষা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিলে