അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
ഉദാഹരണം : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
പര്യായപദങ്ങൾ : ট্রিগাৰ, লপলপী
അർത്ഥം : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
ഉദാഹരണം : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
അർത്ഥം : ঘোঁৰাৰ মতা
ഉദാഹരണം : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
പര്യായപദങ്ങൾ : ঘোটক, মতা ঘোঁৰা
അർത്ഥം : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
ഉദാഹരണം : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
ഇൻസ്റ്റാൾ ചെയ്യുക