അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেৰ আদিৰে ঘেৰি থকা ঠাই
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
പര്യായപദങ്ങൾ : বেৰা
അർത്ഥം : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
ഉദാഹരണം : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
അർത്ഥം : চাৰিওফালৰ পৰা ঘেৰি দিয়া
ഉദാഹരണം : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
പര്യായപദങ്ങൾ : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া
അർത്ഥം : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ഉദാഹരണം : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
പര്യായപദങ്ങൾ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
അർത്ഥം : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
ഉദാഹരണം : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
പര്യായപദങ്ങൾ : ঘেৰি ধৰা
അർത്ഥം : যিটো ঘেৰি থোৱা হৈছে
ഉദാഹരണം : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা
പര്യായപദങ്ങൾ : আৱৰা, বেষ্টিত
ഇൻസ്റ്റാൾ ചെയ്യുക