പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঘূৰোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঘূৰোৱা   ক্ৰিয়া

അർത്ഥം : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

ഉദാഹരണം : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

പര്യായപദങ്ങൾ : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

അർത്ഥം : প্রবৃত্ত কৰা

ഉദാഹരണം : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

പര്യായപദങ്ങൾ : ঘূৰাই দিয়া

അർത്ഥം : চাৰিওফালে ফুৰা

ഉദാഹരണം : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

അർത്ഥം : দিশ পৰি্বর্তন ্কৰা

ഉദാഹരണം : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

അർത്ഥം : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

ഉദാഹരണം : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

പര്യായപദങ്ങൾ : ফুৰোৱা

അർത്ഥം : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

ഉദാഹരണം : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

അർത്ഥം : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

അർത്ഥം : বতাহত ইফালে-সিফালে হালি থকা

ഉദാഹരണം : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে