അർത്ഥം : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
ഉദാഹരണം :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
പര്യായപദങ്ങൾ : চকু জাপ খোৱা-, টোপনি, নিদ্রা
അർത്ഥം : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
ഉദാഹരണം :
সেই সময়ত গুমটিটোত কোনো নাছিল
പര്യായപദങ്ങൾ : গুমটি