അർത്ഥം : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়
ഉദാഹരണം :
গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল
പര്യായപദങ്ങൾ : পিৰিয়ড
അർത്ഥം : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়
ഉദാഹരണം :
গাড়ী এঘণ্টা পলমকৈ চলি আছে
അർത്ഥം : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়
ഉദാഹരണം :
ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে
അർത്ഥം : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান
ഉദാഹരണം :
মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট
അർത്ഥം : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ
ഉദാഹരണം :
ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে