അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : খিড়িকি, খিৰিকি, জানলা, জানালা, বাতায়ন
അർത്ഥം : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ഉദാഹരണം : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
പര്യായപദങ്ങൾ : খিৰিকি, বাতায়ন
അർത്ഥം : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ഉദാഹരണം : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
പര്യായപദങ്ങൾ : খিৰিকি, খিৰিকী, বাতায়ন
ഇൻസ്റ്റാൾ ചെയ്യുക