അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গৰমৰ দিন
ഉദാഹരണം : গৰমকালি বেছিকৈ পিয়াহ লাগে
പര്യായപദങ്ങൾ : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি
അർത്ഥം : উষ্ণতা বা তাপ থকা
ഉദാഹരണം : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
പര്യായപദങ്ങൾ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত
അർത്ഥം : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
ഉദാഹരണം : ৰঙা এবিধ উষ্ণ ৰং
പര്യായപദങ്ങൾ : উষ্ণ
അർത്ഥം : তপত হোৱা
ഉദാഹരണം : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
പര്യായപദങ്ങൾ : তপত, তপ্ত
അർത്ഥം : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা
ഉദാഹരണം : এই কোটচোলাটো বৰ গৰম
ഇൻസ്റ്റാൾ ചെയ്യുക